Overblog
Follow this blog Administration + Create my blog

Top posts

  • এক প্রেম কথা

    01 August 2018

    যুগলৰ কথা কোনেও নেজানে কেনেকৈ,কৰপৰা আহিছে। কোনেও ভালকৈ নেজানে। কিন্তু কলেজৰ সকলো ল’ৰা-ছোৱালীৰ মুখে মুখে। কলেজত যুগলৰ নাম আছে। ইয়াৰ মূল কাৰণ হৈছে প্রবন্ধকে ধৰি গল্প, উপন্যাস, কবিতা ভাল লিখে। বিশেষকৈ তাৰ গহীন গম্ভীৰ স্বভাৱত সুধিবৈল কাৰো সাহস নাই। সি অকল...

  • ‘আশাত বন্দী জীৱন’

    28 July 2018

    জীৱন শেহতীয়াকৈ কার্বি-আলংঙ আৰু শিৱসাগৰ জিলাত সংঘটিত হোৱা দুটা পৃথক ঘটনাই ভাবিবলৈ বাধ্য কৰালে যে আমি মানৱ জাতি সঁচাই যান্ত্রিক হৈ পৰিছোঁ। কার্বি-আলংঙৰ ঘটনাটো অন্ধবিশ্বাস-কুসংঙ্কাৰৰ কু-ফল। কিন্তু শিৱসাগৰ জিলাত সংঘটিত সন্তানৰ অৱহেলাৰ বাবে পিতৃ-মাতৃয়ে মৃত্যুক...

  • ডি. এছ. এল. আৰ.

    28 July 2018

    বাৰান্দাৰ চকীত বহি ৰমাকান্ত শইকিয়াই বাতৰি কাকতখন পঢ়ি আছে। ৰাতিপুৱা শুই উঠি ৰমাকান্তই বাতৰি কাকতখন নপঢ়িলে নহয়। পঢ়া মানে গোটেই কাকতখন মুখুস্থ কৰা বুলিব পাৰি। তাৰ মাজতেই বোৱাৰীয়েকে চাহ কাপ দি থৈ যায়। কোনো দিনেই ব্যতিক্রম দেখা নাযায়। এসময়ত গোপালপুৰ অঞ্চলৰ...

  • এছিয়ান কার্প আৰু ‘দি গ্রেট লেক’ৰ জৈৱ বিচিত্র্য

    08 August 2018

    মিঠা পানীৰ হ্রদ হিচাবে বিখ্যাত আমেৰিকাৰ “দি গ্রেট লেক” বর্তমান সংকটজনক অৱস্থাত আছে । ইয়াৰ মূলতেই জৈৱ বিচিত্র্য বিনাশ হোৱাৰ কাৰণ মাছ । শুনি আচৰিত হলেও এয়াই সত্য । আমাৰ অসমতো কার্প মাছ বুলি কলে সকলোৱে চিনি পায় । এই কার্পসমুহ আমি পালন কৰা ইণ্ডিয়ান মেজৰ কার্প...

  • শিশু শ্রমিকঃ পৰিশ্রমৰ গধুৰ বোজা

    27 July 2018

    ল’ৰালিৰ যি বয়সত কিতাপ-বহী লৈ স্কুললৈ যাব লাগে এই বয়সত পৰিয়লৰ দায়িত্ব কান্ধত তুলি লোৱা এদল শিশু পঢ়াশালিৰ পৰিৱর্তে হোটেল, ৰেষ্টুৰেণ্ট, ৰেলগাড়ীৰ প্লেটফর্ম, শিল-বালি-চিমেণ্ট ফেক্টৰী, ইটা বাতা, চাহ বাগিছা তথা বিভিন্ন কল-কাৰখানালৈ ইত্যাদি ঠাইৰ ফালে আগবাঢ়ি গৈছে।...

  • পৰিৱর্তনৰ নামত আমি কি পালোঁ ?

    27 July 2018

    ‘পৰিৱর্তন’-অসমৰ এটা সময় আছিল যেতিয়া এই শব্দটোৱে উজনিৰ পৰা মধ্য অসম তথা নামনি অসমলৈকে সকলো মানুহৰ অন্তৰত তোলপাৰ লগাইছিল। কংগ্রেছৰ পোন্ধৰ বছৰীয়া কুশাসনত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছিল। এইয়ে সাধাৰণ জনতাই পৰিৱর্তন বিচাৰিছিল। পৰিৱর্তনৰ নামত আমাৰ অসমীয়া ইমানেই...

  • কেৰিয়াৰ হিচাপে, মীন বিজ্ঞানৰ পাঠ্যক্রম

    27 July 2018

    বর্তমান প্রতিযোগীতাৰ যুগ, কেৰিয়াৰৰ যুগ। বর্তমান বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ যুগ। যিদৰে বিজ্ঞানে অগ্রগতি লাভ কৰিছে ঠিক তেনেকৈ বর্তমান ন ন কেৰিয়াৰ সৃষ্টি হৈছে। আচলতে ভাল পাঠ্যক্রম এটা বাছনি কৰি পঢ়িলে ভৱিষ্যতলৈ চিন্তা নাইকিয়া হৈ পৰে। বর্তমান সময়ত...

  • এখন ছুইচাইড নোট

    03 August 2018

    হয়, এইজন যুৱক মই। ভাড়া ঘৰত যুঁজি যুঁজি হাৰ মানিবলৈ বাধ্য হোৱা এজন বেকাৰ যুৱক। যি আজি নিশা এঘাৰ বজাত আত্মহত্যা কৰিবলৈ সিদান্ত লৈ পেলাইছো । এই সিদান্ত মোৰ নিজস্ব। জীৱনক লৈ মোৰ বহু আক্ষেপ আছে। গতিকে আত্মহত্যা কৰাকে উত্তম উপাই বুলি ভাবি লৈছো। জীৱনক লৈ কিমান...

  • দূৰদর্শনত ছিৰিয়েল চোৱাৰ নষ্টালজিয়া

    06 August 2018

    আশী-নব্বৈ দশকৰ দুটা টিভি চেনেলে যি আনন্দ দিছিল আজিৰ ছিৰেয়েল - চিনেমাবোৰে কিয় দিব নোৱাৰে এই আনন্দ । তাহানিৰ ছিৰিয়েল - চিনেমা চাই পৰিয়ালৰ লগত যি সময় অতিবাহিত আরু আনন্দ লাভ হৈছিল আজিৰ দুশটাকৈ অধিক টিভি চেনেলে কোনোবা পৰিয়ালক আনন্দ কিয় দিব নোৱাৰে? তেতিয়া আছিল...

  • ক’লা ধনৰ আন্দোলন আৰু বিমুদ্রাকৰণৰ ভেল্কীবাজী

    30 August 2018

    বর্তমান দুর্নীতিৰ ক্ষেত্রত দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰত লেখত ল’ব লগীয়া ৰাজ্যখনেই হৈছে আমাৰ অসম । অসমত বর্তমান খুব কম বিষয়া, বিধায়ক, মন্ত্রী, নেতা-পালিনেতা আছে যি বুকুত হাত দি গর্বৰে ক’ব পাৰিব যে মই এজন নিকা আৰু সহৎ কর্মচাৰী । যি ক ’ ব পাৰিব মই জীৱনত কাহানিও...

  • দিল্লীৰ সোতৰশ টকীয়া ভাত

    28 July 2018

    লেখাৰ শিৰোনামা দেখি সকলোৱে আচৰিত হব। সকলোৰ মনত উদয় হোৱা প্রশ্নটোৱে কি সোতৰশ টকীয়া ভাতো থাকিব পাৰে নে। হয় আমি কেইজন বন্ধুৱে দিল্লীৰ ফুটপাথত সোতৰ টকীয়া ভাত খাইছিলো। এইয়া ২০১১ বর্ষৰ জুলাই মাহৰ কথা। কাম এটাৰ তাগিদাত আমি কেইবাজনো বন্ধু প্রকাশ, সিমাংকু, ভাগৱতী,...

  • অসমীয়া ছবি অকল বঁটা-পুৰস্কাৰত সীমাবদ্ধ নাথাকি দর্শকৰ বাবেও নির্মাণ কৰক

    28 July 2018

    ১৯৩৫ চনৰ ১০ মার্চ । অসমীয়া ছবি উদ্যাগৰ বাবে এক গুৰুত্বপূর্ণ দিন। কাৰণ ১৯৩৫ চনৰ এই দিনটোতেই জ্যোতিপ্রসাদ আগৰৱালৰ পৰিচালিত প্রথমখন অসমীয়া ছবি ‘জয়মতী’য়ে বহু ঘাত-প্রতিঘাতৰ মাজত মুক্তি লাভ কৰিছিল । ১৯৩৫’ ৰপৰা ২০১৮ বর্ষলৈকে অসমীয়া ছবি উদ্যাগৰ এক দিঘলীয়া যাত্রা...

  • ক’তনো হেৰালি অ’ ল’ৰালি

    28 July 2018

    “ মনলৈ উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি ............” । সময় পৰিৱর্তনশীল। সময়ে কাৰো বাবে ৰৈ নাথাকে। তেতিয়াৰ আশী-নব্বৈৰ দশকৰপৰা আজিৰ একৈশ শতিকাৰ স্মার্ট শতিকা। স্মার্ট শতিকা স্মার্ট ল’ৰালিকাল। বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ প্রভাৱ ইমানেই পৰিল...

Girl Gift Template by Ipietoon - Hosted by Overblog