Overblog
Follow this blog Administration + Create my blog

Archives

2018-08-30T12:06:20+02:00

ক’লা ধনৰ আন্দোলন আৰু বিমুদ্রাকৰণৰ ভেল্কীবাজী

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

বর্তমান দুর্নীতিৰ ক্ষেত্রত দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰত লেখত ল’ব লগীয়া ৰাজ্যখনেই হৈছে আমাৰ অসম । অসমত বর্তমান খুব কম বিষয়া, বিধায়ক, মন্ত্রী, নেতা-পালিনেতা আছে যি বুকুত হাত দি গর্বৰে ক’ব পাৰিব যে মই এজন নিকা আৰু সহৎ কর্মচাৰী । যি ক ’ ব পাৰিব মই জীৱনত কাহানিও...

Read more

2018-08-08T22:12:28+02:00

এছিয়ান কার্প আৰু ‘দি গ্রেট লেক’ৰ জৈৱ বিচিত্র্য

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

মিঠা পানীৰ হ্রদ হিচাবে বিখ্যাত আমেৰিকাৰ “দি গ্রেট লেক” বর্তমান সংকটজনক অৱস্থাত আছে । ইয়াৰ মূলতেই জৈৱ বিচিত্র্য বিনাশ হোৱাৰ কাৰণ মাছ । শুনি আচৰিত হলেও এয়াই সত্য । আমাৰ অসমতো কার্প মাছ বুলি কলে সকলোৱে চিনি পায় । এই কার্পসমুহ আমি পালন কৰা ইণ্ডিয়ান মেজৰ কার্প...

Read more

2018-08-06T22:36:57+02:00

দূৰদর্শনত ছিৰিয়েল চোৱাৰ নষ্টালজিয়া

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

আশী-নব্বৈ দশকৰ দুটা টিভি চেনেলে যি আনন্দ দিছিল আজিৰ ছিৰেয়েল - চিনেমাবোৰে কিয় দিব নোৱাৰে এই আনন্দ । তাহানিৰ ছিৰিয়েল - চিনেমা চাই পৰিয়ালৰ লগত যি সময় অতিবাহিত আরু আনন্দ লাভ হৈছিল আজিৰ দুশটাকৈ অধিক টিভি চেনেলে কোনোবা পৰিয়ালক আনন্দ কিয় দিব নোৱাৰে? তেতিয়া আছিল...

Read more

2018-08-03T22:41:20+02:00

এখন ছুইচাইড নোট

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

হয়, এইজন যুৱক মই। ভাড়া ঘৰত যুঁজি যুঁজি হাৰ মানিবলৈ বাধ্য হোৱা এজন বেকাৰ যুৱক। যি আজি নিশা এঘাৰ বজাত আত্মহত্যা কৰিবলৈ সিদান্ত লৈ পেলাইছো । এই সিদান্ত মোৰ নিজস্ব। জীৱনক লৈ মোৰ বহু আক্ষেপ আছে। গতিকে আত্মহত্যা কৰাকে উত্তম উপাই বুলি ভাবি লৈছো। জীৱনক লৈ কিমান...

Read more

2018-08-01T22:15:47+02:00

এক প্রেম কথা

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

যুগলৰ কথা কোনেও নেজানে কেনেকৈ,কৰপৰা আহিছে। কোনেও ভালকৈ নেজানে। কিন্তু কলেজৰ সকলো ল’ৰা-ছোৱালীৰ মুখে মুখে। কলেজত যুগলৰ নাম আছে। ইয়াৰ মূল কাৰণ হৈছে প্রবন্ধকে ধৰি গল্প, উপন্যাস, কবিতা ভাল লিখে। বিশেষকৈ তাৰ গহীন গম্ভীৰ স্বভাৱত সুধিবৈল কাৰো সাহস নাই। সি অকল...

Read more

Girl Gift Template by Ipietoon - Hosted by Overblog