Overblog
Follow this blog Administration + Create my blog

Archives

2018-07-28T22:25:44+02:00

ক’তনো হেৰালি অ’ ল’ৰালি

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

“ মনলৈ উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি ............” । সময় পৰিৱর্তনশীল। সময়ে কাৰো বাবে ৰৈ নাথাকে। তেতিয়াৰ আশী-নব্বৈৰ দশকৰপৰা আজিৰ একৈশ শতিকাৰ স্মার্ট শতিকা। স্মার্ট শতিকা স্মার্ট ল’ৰালিকাল। বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ প্রভাৱ ইমানেই পৰিল...

Read more

2018-07-28T22:14:18+02:00

দিল্লীৰ সোতৰশ টকীয়া ভাত

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

লেখাৰ শিৰোনামা দেখি সকলোৱে আচৰিত হব। সকলোৰ মনত উদয় হোৱা প্রশ্নটোৱে কি সোতৰশ টকীয়া ভাতো থাকিব পাৰে নে। হয় আমি কেইজন বন্ধুৱে দিল্লীৰ ফুটপাথত সোতৰ টকীয়া ভাত খাইছিলো। এইয়া ২০১১ বর্ষৰ জুলাই মাহৰ কথা। কাম এটাৰ তাগিদাত আমি কেইবাজনো বন্ধু প্রকাশ, সিমাংকু, ভাগৱতী,...

Read more

2018-07-28T11:57:27+02:00

ডি. এছ. এল. আৰ.

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

বাৰান্দাৰ চকীত বহি ৰমাকান্ত শইকিয়াই বাতৰি কাকতখন পঢ়ি আছে। ৰাতিপুৱা শুই উঠি ৰমাকান্তই বাতৰি কাকতখন নপঢ়িলে নহয়। পঢ়া মানে গোটেই কাকতখন মুখুস্থ কৰা বুলিব পাৰি। তাৰ মাজতেই বোৱাৰীয়েকে চাহ কাপ দি থৈ যায়। কোনো দিনেই ব্যতিক্রম দেখা নাযায়। এসময়ত গোপালপুৰ অঞ্চলৰ...

Read more

2018-07-28T11:52:14+02:00

অসমীয়া ছবি অকল বঁটা-পুৰস্কাৰত সীমাবদ্ধ নাথাকি দর্শকৰ বাবেও নির্মাণ কৰক

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

১৯৩৫ চনৰ ১০ মার্চ । অসমীয়া ছবি উদ্যাগৰ বাবে এক গুৰুত্বপূর্ণ দিন। কাৰণ ১৯৩৫ চনৰ এই দিনটোতেই জ্যোতিপ্রসাদ আগৰৱালৰ পৰিচালিত প্রথমখন অসমীয়া ছবি ‘জয়মতী’য়ে বহু ঘাত-প্রতিঘাতৰ মাজত মুক্তি লাভ কৰিছিল । ১৯৩৫’ ৰপৰা ২০১৮ বর্ষলৈকে অসমীয়া ছবি উদ্যাগৰ এক দিঘলীয়া যাত্রা...

Read more

2018-07-28T09:14:10+02:00

‘আশাত বন্দী জীৱন’

Posted by Leelakanta Payeng

জীৱন শেহতীয়াকৈ কার্বি-আলংঙ আৰু শিৱসাগৰ জিলাত সংঘটিত হোৱা দুটা পৃথক ঘটনাই ভাবিবলৈ বাধ্য কৰালে যে আমি মানৱ জাতি সঁচাই যান্ত্রিক হৈ পৰিছোঁ। কার্বি-আলংঙৰ ঘটনাটো অন্ধবিশ্বাস-কুসংঙ্কাৰৰ কু-ফল। কিন্তু শিৱসাগৰ জিলাত সংঘটিত সন্তানৰ অৱহেলাৰ বাবে পিতৃ-মাতৃয়ে মৃত্যুক...

Read more

2018-07-27T23:56:40+02:00

কেৰিয়াৰ হিচাপে, মীন বিজ্ঞানৰ পাঠ্যক্রম

Posted by Leelakanta Payeng

বর্তমান প্রতিযোগীতাৰ যুগ, কেৰিয়াৰৰ যুগ। বর্তমান বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ যুগ। যিদৰে বিজ্ঞানে অগ্রগতি লাভ কৰিছে ঠিক তেনেকৈ বর্তমান ন ন কেৰিয়াৰ সৃষ্টি হৈছে। আচলতে ভাল পাঠ্যক্রম এটা বাছনি কৰি পঢ়িলে ভৱিষ্যতলৈ চিন্তা নাইকিয়া হৈ পৰে। বর্তমান সময়ত...

Read more

2018-07-27T23:47:42+02:00

শিশু শ্রমিকঃ পৰিশ্রমৰ গধুৰ বোজা

Posted by Leelakanta Payeng

ল’ৰালিৰ যি বয়সত কিতাপ-বহী লৈ স্কুললৈ যাব লাগে এই বয়সত পৰিয়লৰ দায়িত্ব কান্ধত তুলি লোৱা এদল শিশু পঢ়াশালিৰ পৰিৱর্তে হোটেল, ৰেষ্টুৰেণ্ট, ৰেলগাড়ীৰ প্লেটফর্ম, শিল-বালি-চিমেণ্ট ফেক্টৰী, ইটা বাতা, চাহ বাগিছা তথা বিভিন্ন কল-কাৰখানালৈ ইত্যাদি ঠাইৰ ফালে আগবাঢ়ি গৈছে।...

Read more

2018-07-27T23:36:07+02:00

পৰিৱর্তনৰ নামত আমি কি পালোঁ ?

Posted by Leelakanta Payeng

‘পৰিৱর্তন’-অসমৰ এটা সময় আছিল যেতিয়া এই শব্দটোৱে উজনিৰ পৰা মধ্য অসম তথা নামনি অসমলৈকে সকলো মানুহৰ অন্তৰত তোলপাৰ লগাইছিল। কংগ্রেছৰ পোন্ধৰ বছৰীয়া কুশাসনত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছিল। এইয়ে সাধাৰণ জনতাই পৰিৱর্তন বিচাৰিছিল। পৰিৱর্তনৰ নামত আমাৰ অসমীয়া ইমানেই...

Read more

Girl Gift Template by Ipietoon - Hosted by Overblog